ফুকনT
ফুকন বা ফু-কান (আহোম ভাষাৰ শব্দ , ইংৰাজী ভাষা:Phu Kan ) আহোম ৰাজ্যৰ আহোম সেনাবাহিনীৰ পাইক কৰ্মচাৰী।[1] ফুকনৰ বংশধৰ সকলে ইয়াক এটা উপাধি হিচাপে ব্যৱহাৰ কৰে, এয়া মূলতঃ আহোম জনগোষ্ঠী বা আহোম সৈন্যবাহিনীত কাম কৰা ছুটিয়া,কলিতা,বামুন সম্প্ৰদায়ৰ বংশধৰ সকলে প্ৰয়োগ কৰে।
লেখত লবলগীয়া ফুকনসকল[সম্পাদনা কৰক]
- আনন্দৰাম ঢেকিয়াল ফুকন (১৮২৯-১৮৫৯), অৰুণোদই যুগৰ এজন বিখ্যাত সাহিত্যিক
- অনুপ ফুকন, ভাৰতীয় ৰাজনীতিবিদ
- বিজু ফুকন, অসমীয়া চিনেমাৰ বিখ্যাত অভিনেতা
- মহেন্দ্ৰ নাথ ডেকা ফুকন (১৯০৩-১৯৭৪), শিল্পী, কবি, সাংবাদিক
- মিত্ৰা ফুকন, ইংৰাজী লেখিকা
লগতে চাওক[সম্পাদনা কৰক]
- আহোম সৈন্যবাহিনী
- পাইক প্ৰথা
তথ্য সংগ্ৰহ[সম্পাদনা কৰক]
- ↑ Kakoty, Sanjeeb (2003) (en ভাষাত). Technology, Production And Social Formation In The Evolution Of The Ahom State. Regency Publications. ISBN 9788187498735. https://books.google.co.in/books?id=6DtuAAAAMAAJ&q=Technology,+Production+And+Social+Formation+In+The+Evolution+Of+The+Ahom+State&dq=Technology,+Production+And+Social+Formation+In+The+Evolution+Of+The+Ahom+State&hl=en&sa=X&ved=0ahUKEwikmaqci4TiAhXGAnIKHXx8DVMQ6AEIKDAA.