| ২০১৫ চনৰ ১৪ ডিচেম্বৰৰ মানৱ উন্নয়ন সূচক অনুযায়ী দেশসমূহ[1] |
মানৱ উন্নয়ন সূচক অনুযায়ী অতি উচ্চ মানৱ উন্নয়ন (বিকশিত), উচ্চ মানৱ উন্ননয়ন (ৱিকশিত), মজলীয়া মানৱ উন্নয়ন (বিকাশশীল) আৰু নিম্ন মানৱ উন্নয়ন (অবিকশিত) দেশসমূহ
[1]
এয়া মানৱ উন্নয়ন সূচক অনুযায়ী সকলো দেশৰ তালিকা। এই তালিকা ৰাষ্ট্ৰ সংঘৰ ডেভেলপমেণ্ট প্ৰগ্ৰেমছ হ্যুমেন ডেভেলপমেণ্ট ৰিপ'ৰ্টৰ ওপৰত আধাৰিত। শেহতীয়া ১৪ ডিচেম্বৰ ২০১৫ চনৰ অনুমানৰ মতে তৈয়াৰ কৰা হৈছে।[2]
২০১০ চনত ইনিকুৱেলিটি-এডজাষ্টেড হ্যুমেন ডেভেলপমেণ্ট ইণ্ডেক্স (IHDI) বা অসমতা-সজ্জিত মানৱ উন্নয়ন সূচক পৰিচত কৰা হ'ল। আই-এইচ-ডি-আই মানৱ উন্নয়নৰ প্ৰকৃত স্তৰ বুলিব পাৰি, আন হাতে, এইচ-ডি-আই "সাম্ভাব্য" মানৱ উন্নয়ন সূচক বুলি অভিহিত কৰা হৈছে। সম্পূৰ্ণ সমতা অবিহনে সৰ্বোচ্চ আই-এইচ-ডি-আই লাভ কৰা সম্ভৱ নহয়।[3]
প্ৰক্ৰিয়া[সম্পাদনা কৰক]
এইচ ডি আইত জন্মৰ সময়ত প্ৰত্যাশিত জীৱন-কাল, শিক্ষা আৰু জনমূৰি আয়ৰ সূচক ব্যৱহাৰ কৰা হয়। প্ৰত্যাশিত জীৱন কাল অধিক দীঘল হ'লে, জনমূৰি আয় দীঘল হ'লে, শিক্ষাৰ কাল অধিক দীঘল হ'লে মানৱ উন্নয়ন সূচক অধিক হয়।
সম্পূৰ্ণ তালিকা[সম্পাদনা কৰক]
অতি উচ্চ মানৱ উন্নয়ন[সম্পাদনা কৰক]
উচ্চ মানৱ উন্নয়ন[সম্পাদনা কৰক]
মধ্যম মানৱ উন্নয়ন[সম্পাদনা কৰক]
নিম্ন মানৱ উন্নয়ন[সম্পাদনা কৰক]
মহাদেশ অনুযায়ী দেশৰ তালিকা[সম্পাদনা কৰক]
আফ্ৰিকা[সম্পাদনা কৰক]
আমেৰিকা, উত্তৰ[সম্পাদনা কৰক]
আমেৰিকা, দক্ষিণ[সম্পাদনা কৰক]
এছিয়া[সম্পাদনা কৰক]
ইউৰোপ[সম্পাদনা কৰক]
প্ৰধান প্ৰবন্ধ: List of European countries by Human Development Index
অ'চিয়েনিয়া
অ-মহাদেশীয় প্ৰান্ত অনুযায়ী দেশৰ তালিকা[সম্পাদনা কৰক]
আৰব মিত্ৰগোট[সম্পাদনা কৰক]
কমনৱেল্থ ৰাষ্ট্ৰসমূহ[সম্পাদনা কৰক]
ইউৰোপ পৰিষদ[সম্পাদনা কৰক]
পূব এছিয়া আৰু পেচিফিক[সম্পাদনা কৰক]
ইউৰোপীয় সংঘ[সম্পাদনা কৰক]
লা ফ্ৰেংক'ফনিৰ আন্তৰ্জাতিক সন্থা[সম্পাদনা কৰক]
লেটিন আমেৰিকা[সম্পাদনা কৰক]
মধ্য প্ৰাচ্য আৰু উত্তৰ আফ্ৰিকা[সম্পাদনা কৰক]
উত্তৰ আটলাণ্টিক চুক্তি সন্থা[সম্পাদনা কৰক]
অৰ্থনৈতিক সহযোগ আৰু উন্নয়ন সন্থা[সম্পাদনা কৰক]
ইচলামীয় সহযোগ সন্থা[সম্পাদনা কৰক]
খাৰুৱা তেল ৰপ্তানি কৰা দেশসমূহৰ সন্থা[সম্পাদনা কৰক]
পশ্চিম ইউৰোপ[সম্পাদনা কৰক]
পূব ইউৰোপ আৰু কাউকাচাচ[সম্পাদনা কৰক]
অঞ্চল আৰু গোট অনুযায়ী মানৱ উন্নয়ন সূচক[সম্পাদনা কৰক]
শেহতীয়া প্ৰতিবেদনত অন্তৰ্ভুক্ত নোহোৱা দেশসমূহ[সম্পাদনা কৰক]
লগতে চাওক[সম্পাদনা কৰক]
- American Human Development Project
- List of African countries by Human Development Index
- List of sovereign states in Europe by Human Development Index
- List of sovereign states in Asia and Oceania by Human Development Index
- Organization for Security and Co-operation in Europe statistics
- List of countries by Human Development Index (1998)
- List of countries by Human Development Index (2009)
টোকা[সম্পাদনা কৰক]
- ↑ The UN does not recognize the Republic of China (Taiwan) as a sovereign state. The HDI report does not include Taiwan as part of the People's Republic of China when calculating China's figures (see [9]). Taiwan's government calculated its HDI to be 0.882, based on 2010 new methodology of UNDP.[10]
তথ্য সংগ্ৰহ[সম্পাদনা কৰক]
- ↑ 1.0 1.1 1.2 "Human Development Report 2015 – "Sustaining Human Progress: Reducing Vulnerabilities and Building Resilience"". HDRO (Human Development Report Office) United Nations Development Programme. http://hdr.undp.org/en/2015-report। আহৰণ কৰা হৈছে: 14 December 2015.
- ↑ 2.00 2.01 2.02 2.03 2.04 2.05 2.06 2.07 2.08 2.09 2.10 2.11 2.12 2.13 2.14 2.15 2.16 2.17 2.18 2.19 2.20 2.21 2.22 2.23 2.24 2.25 2.26 2.27 2.28 2.29 2.30 2.31 2.32 "Human Development Report 2015 – "Rethinking Work for Human Development"". HDRO (Human Development Report Office) United Nations Development Programme. http://hdr.undp.org/sites/default/files/2015_human_development_report.pdf। আহৰণ কৰা হৈছে: 14 December 2015.
- ↑ Human Development Report, The Real Wealth of Nations: Pathways to Human Development (2010) 87
- ↑ "2011 Human Development Report". United Nations Development Programme. পৃষ্ঠা: 151. http://hdr.undp.org/en/data/trends/। আহৰণ কৰা হৈছে: 2 November 2011.
- ↑ "The 2013 Human Development Report – "The Rise of the South: Human Progress in a Diverse World"". HDRO (Human Development Report Office) United Nations Development Programme. পৃষ্ঠাসমূহ: 144–147. http://hdr.undp.org/en/reports/global/hdr2013/। আহৰণ কৰা হৈছে: 2 March 2013.
- ↑ "Human Development Report - Somalia 2012". UNDP. 2012. http://hdr.undp.org/sites/default/files/reports/242/somalia_report_2012.pdf। আহৰণ কৰা হৈছে: 2015-12-18.
- ↑ 7.00 7.01 7.02 7.03 7.04 7.05 7.06 7.07 7.08 7.09 7.10 7.11 7.12 7.13 7.14 7.15 7.16 7.17 7.18 7.19 7.20 7.21 7.22 7.23 7.24 7.25 7.26 7.27 7.28 7.29 7.30 7.31 7.32 7.33 7.34 7.35 7.36 7.37 7.38 7.39 7.40 Quality of Life, Balance of Powers, and Nuclear Weapons (2015) Avakov, Aleksandr Vladimirovich. Algora Publishing, 1 Apr 2015.
- ↑ The UN does not calculate the HDI of Macau. The government of Macau calculates its own HDI.Macau in Figures, 2016
- ↑ Human Development Reports
- ↑ "2011中華民國人類發展指數 (HDI)" (Chinese ভাষাত) (PDF). Directorate General of Budget, Accounting and Statistics, Executive Yuan, R.O.C.. 2011. http://www.dgbas.gov.tw/public/Data/491716362790WG0X9I.pdf। আহৰণ কৰা হৈছে: 2011-11-21.
- ↑ Fuente-Ramírez, Ricardo. [1]An Approximation of Puerto Rico's Human Development Index, Caribbean Studies, University of Puerto Rico, 2014.
- ↑ Filling Gaps in the Human Development Index, United Nations ESCAP, February 2009
- ↑ "Human Development Report - Kosovo 2014". UNDP. 2014. http://hdr.undp.org/sites/default/files/khdr2014english.pdf। আহৰণ কৰা হৈছে: 2015-12-18.